Category: Videos

Assamese community of Australia celebrates Rongali Bihu in Melbourne – Melbourne Video

ৰঙালীৰ আনন্দ মতলীয়া অসমীয়া। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণতো প্ৰৱাসী অসমীয়াৰ বিহু উদযাপন। বিহুৰ ছন্দত উখল-মাখল হ’ল পৰিৱেশ। সুধাকণ্ঠৰ গীতৰ তালে তালে ৰেম্পত খোজ দিলে মহিলাই। মেলবৰ্ণত…